অসম সৎনামী যুৱ পৰিষদৰ টি-চাৰ্ট মুকলি
যোৱা ইং ৫ মে' ২০২৬ তাৰিখে অসম সৎনামী যুৱ পৰিষদৰ টি-চাৰ্ট মুকলি কৰা হয়।
শোণিতপুৰ জিলাৰ ডফলাবিল গাঁৱত অনুষ্ঠিত অসম সৎনামী যুৱ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত মুকলি কৰা হয় যুৱ পৰিষদৰ টি-চাৰ্ট।
টি-চাৰ্টত যুৱ পৰিষদৰ নাম আৰু প্ৰতীক চিহ্ন ছপা কৰা হৈছে।
![]() |
| যুৱ পৰিষদৰ টি-চাৰ্ট মুকলি |
যুৱ পৰিষদৰ সদস্য সকলে এই টি-চাৰ্ট পৰিধান কৰিব পাৰিব। সংগঠনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এই পদক্ষেপ কেন্দ্ৰীয় সমিতিয়ে গ্ৰহণ কৰিছে।



0 Comments